Download Now Banner

This browser does not support the video element.

মৰিয়নি: মহমুদ আছাদ মাদানীৰ প্ৰতিকৃতি দাহ কৰি মৰিয়নিত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ , চোঁচৰাই নিয়া হয় প্ৰতিকৃতি

Mariani, Jorhat | Aug 25, 2025
মহমুদ আছাদ মাদানীৰ প্ৰতিকৃতি দাহ কৰি মৰিয়নিত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ ।অসম চৰকাৰে বেদখলকাৰীক উচ্ছেদ কৰা কাৰ্যক বিৰোধিতা কৰি মাদানীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীক লৈ যি মন্তব্য কৰিলে সেইয়া গৰিহণাৰ যোগ্য ।জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মাদানীয়ে অসমৰ মুখ্যমন্ত্ৰীক কৰা অপমান সূচক মন্তব্য মানি লোৱা নহব । এইবাৰ জাঙুৰ খাই উঠিছে অসমৰ দল সংগঠন ।
Read More News
T & CPrivacy PolicyContact Us