Download Now Banner

This browser does not support the video element.

সৃজনগ্ৰাম: শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামীৰ বিৰুদ্ধে অভয়াপুৰী থানাত এজাহাৰ দাখিল গ্ৰেটাৰ অভয়াপুৰী গণ মঞ্চৰ

Srijangram, Bongaigaon | Sep 22, 2025
শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামীৰ বিৰুদ্ধে অভয়াপুৰী থানাত এজাহাৰ দাখিল কৰা হয়। জুবিন গাৰ্গক অসুস্থ থকাৰ পিছতো ছিংগাপুৰত লৈ যোৱাৰ অভিযোগত এই এজাহাৰ দাখিল কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us