Download Now Banner

This browser does not support the video element.

মাটিয়া: দলগোমা মহাপুৰুষীয়া সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ তিৰোভাৱ তিথি পালন

Matia, Goalpara | Aug 25, 2025
দলগোমা মহাপুৰুষীয়া সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ তিৰোভাৱ তিথি পালন।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ, নামঘৰ আৰু বৰ নামঘৰত আজি পালন কৰি আহিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ তিৰোভাৱ তিথি।গোৱালপাৰাৰ দলগোমা মহাপুৰুষীয়া সত্ৰতো আজি পালন কৰিলে গুৰুজনাৰ তিৰোভাৱ তিথি।পুৱাৰে পৰা প্ৰাতঃপ্ৰসঙ্গ, নাম-কীৰ্তন কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱক স্মৰণ কৰিছে বৈষ্ণৱ, ভকত বৃন্দই।পৱিত্ৰ ভাদ মাহত যোৱা ২৩ আগষ্ট'ৰ পৰাই সত্ৰখনত চলি আহিছে প্ৰসঙ্গ, নাম-কীৰ্তন।
Read More News
T & CPrivacy PolicyContact Us