This browser does not support the video element.
নগাঁও: মতিৰাম বৰা ক্ষেত্ৰত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ
Nagaon, Nagaon | Sep 9, 2025
নগাঁও জিলা মতিৰাম বৰা ক্ষেত্ৰত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন । সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা অবিভক্ত নগাঁও জিলা সমিতিৰ উদ্যোগত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰা হয় । উল্লেখ্য যে ভূমি অধিকাৰৰ দাবীত আৰু উচ্ছেদৰ বিৰুদ্ধে উচ্চেদিত ৰাইজৰ আৱাসগৃহ লগতে পুণৰসংস্থাপন নিশ্চিত কৰা বন্দুকৰ লাইচেন্স নহয় ভূমি পট্টা প্ৰদান কৰাৰ দাবীত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই ধর্ণা কাৰ্য্যসূচী ৰূপায়ন কৰ