This browser does not support the video element.
মৰিগাঁও: লাহৰীঘাটৰ পলাশজুৰিত আৰক্ষীয়ে অভিযানত চলাই ৯ তা পৰিভ্ৰমী পক্ষীৰ লগতে জব্দ কৰিছে এটা পক্ষীৰ মাত দিয়া যন্ত্ৰ
Marigaon, Morigaon | Aug 24, 2025
লাহৰীঘাটত চোৰাং চিকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। নিশা লাহৰীঘাট সমজিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে লাহৰীঘাটৰ পলাশজুৰিত অভিযান চলায়। অভিযানৰ সময়ত আৰক্ষীয়ে বহু কেইটা দুষ্প্ৰাপ্য পৰিভ্ৰমী পক্ষী উদ্ধাৰ কৰে। আৰক্ষীৰ অভিযানৰ উমান পাই চোৰাং চিকাৰী কেইটা কৰে। পলায়ন কৰা চোৰাং চিকাৰী হবিবুৰ ৰহমান আৰু বাহাৰুল ইছলামে দীৰ্ঘদিন ধৰি দুষ্প্ৰাপ্য পৰিভ্ৰমী পক্ষী চিকাৰ কৰি আহিছে। আৰক্ষীয়ে চোৰাং চিকাৰী কেইটাৰ ঘৰৰ পৰা ৯ পক্ষীৰ লগতে এটা পক্ষীৰ মাত দিয়া যন্ত্ৰ জব্দ কৰে।