This browser does not support the video element.
চেঙা: বহৰিত ধুমুহাৰ তাণ্ডৱ, চাৰিজন লোক গুৰুতৰ ভাবে আহত
Chenga, Barpeta | Sep 27, 2025
বৰপেটাৰ বহৰিত ধুমুহাৰ তাণ্ডৱ। ধুমুহাই ভাঙি তছ নচ কৰিলে কেইবাটাও বাসগৃহ। শনিবাৰে বৰপেটাৰ বিভিন্ন প্ৰান্তত বৰষুণৰ লগতে ধুমুহাৰ তাণ্ডৱ। বহৰী বজাৰত থকা গাখীৰৰ বজাৰৰ বাসগৃহ ধুমহাত বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে গুৰুতৰ ভাবে আহত হয় কেবাজনো লোক। আহত লোককেইজন ইতিমধ্যে চেঙা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায় চিকিৎসা প্ৰদান কৰা হৈছে ।