Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গোলকগঞ্জত জেষ্ঠ আৰক্ষী অধীক্ষকৰ বাহন ৰখাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাছুৱে

Dhubri Part, Dhubri | Sep 11, 2025
উল্লেখ্য যে কালি সন্ধিয়াৰ ভাগত গোলকগঞ্জত আক্ৰাছুৱে জোৰ সমদল কৰিছিল। জোৰ সমদল বিফল কৰিবলৈ আৰক্ষী, চিআৰপিএফ আৰু কামাণ্ডো নিয়োগ কৰিছিল ধুবুৰী জিলা আৰক্ষীয়ে। জোৰ সমদল গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ৰ পৰা গোলকগঞ্জ বজাৰ অভিমূখে আগবাঢ়িব ধৰোতে আৰক্ষীয়ে বাধা প্ৰদান কৰে।
Read More News
T & CPrivacy PolicyContact Us