Install App
arindram93
This browser does not support the video element.
পশ্চিম ডিব্ৰুগড়: বিনৈগুটীয়াত MAC ৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় মহিলা সবলীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰশিক্ষণ শিবিৰ
Dibrugarh West, Dibrugarh | Aug 28, 2025
আজি বৃহস্পতিবাৰে পুৱা ১১ বজাৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ বৰবৰুৱাৰ বিনৈগুটীয়া সূৰৃযোদয় সংঘৰ প্ৰেক্ষাগৃহত মটক স্বায়ত্ব শাসিত পৰিষদৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা মহিলা সবলীকৰণ আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰশিক্ষণ শিবিৰৰ আজি প্ৰথম দিনাৰ প্ৰশিক্ষণ কাৰ্যসূচী সামৰণি পৰে বিয়লি ৪ বজাত।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!