This browser does not support the video element.
নগাঁও: ধিঙৰ ধূপ'গুৰীত ধিং আৰক্ষীৰ অভিযানত জব্দ ২০০ কেজি গো-মাংস সহ এজনক আটক
Nagaon, Nagaon | Sep 12, 2025
ধিঙৰ ধূপ'গুৰীত ধিং আৰক্ষীৰ অভিযানত জব্দ ২০০ কেজি গো-মাংস সহ এজনক আটক । শুক্রবাৰে বিয়লি প্ৰায় চাৰি মান বজাত ধিং আৰক্ষীয়ে ধিঙৰ ধূপ'গুৰীৰ গো মাংসৰ বিৰুদ্ধে চলোৱা অভিযানত জব্দ কৰিবলৈ সক্ষম হয় ২০০ কেজি গো মাংস। উল্লেখ্য যে দীৰ্ঘদিন ধৰি এটা চক্রই ধূপগুৰিত অবৈধ ভাৱে গো-মাংসৰ ব্যৱসায় চলাই আহিছিল যদিও শুক্ৰবাৰে ধিং আৰক্ষীয়ে অভিযান চলাই গো মাংস জব্দ কৰাৰ লগতে এজনক আটক কৰিবলৈ সক্ষম হয় ।