Download Now Banner

This browser does not support the video element.

বাঘবৰ: কলগাছিয়াৰ ১৭৬ নং বালাগাঁও প্ৰাথমিক বিদ্যালয়ৰ শৌচাগাৰ নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতিৰ আৰু অনিয়মৰ অভিযোগ

Baghbor, Barpeta | Sep 9, 2025
কলগাছিয়াৰ ১৭৬ নং বালাগাঁও প্ৰাথমিক বিদ্যালয়ৰ শৌচাগাৰ নিৰ্মাণৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ। বিদ্যালয়খনত নিয়ম বহিৰ্ভূত ভাৱে শৌচালয় নিৰ্মাণৰ ক্ষেত্ৰত অতি নিম্ন মানৰ সামগ্ৰী আৰু কাম কৰি অধিকাংশ টকা আত্মসাত কৰাৰ অভিযোগ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে। কামৰ হিচাপ নিদিয়াৰ লগতে সভা অনুষ্ঠিত নকৰাৰ অভিযোগ ১৭৬ নং বালাগাও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কৰবী বৰ্মন আৰু পৰিচালনা সমিতিৰ সভাপতি বাহাৰুল ইছলামৰ বিৰুদ্ধে ।
Read More News
T & CPrivacy PolicyContact Us