Download Now Banner

This browser does not support the video element.

মাৰ্ঘেৰিটা: ডিগবৈত নিশা ধুমুহা বৰষুণত বিস্তৰ ক্ষতি গছ ভাঙি ২৫ জনী শামুক ভঙা চৰাই মৃত্যু

Margherita, Tinsukia | Sep 27, 2025
ডিগবৈত যোৱা নিশা ধুমুহা বৰষুণত বিস্তৰ ক্ষতি। বিভিন্ন ঠাইত গছ বাগৰি পৰি পথ বন্ধ‌ হোৱাৰ লগতে‌ বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰে । ঠায়ে ঠায়ে প্ৰকাণ্ড গছ বাগৰি পৰি যান বাহন চলাচল ব্যাহত হৈ পৰে । ধুমুহা বৰষুণত গছ ভাঙি ২৫ জনী শামুক ভঙা চৰাই মৃত্যু। প্ৰায়‌ ৬ জনী চৰাই আঘাত প্ৰাপ্ত । প্ৰকৃতিপ্ৰেমী ফাৰুক আলীয়ে আজি শনিবাৰে পুৱা প্ৰায় ৯ বজাত উদ্ধাৰ কৰে চৰাই সমূহ ।
Read More News
T & CPrivacy PolicyContact Us