Download Now Banner

This browser does not support the video element.

মৰিয়নি: এইবাৰ ৰে’ল বিভাগৰ উচ্ছেদ অভিযান চলিল মৰিয়নিত , ব্যৱসায়ী প্ৰতিষ্ঠানত চলিল প্ৰশাসনৰ বুলড’জাৰ

Mariani, Jorhat | Sep 1, 2025
এইবাৰ ৰে’ল বিভাগৰ উচ্ছেদ অভিযান চলিল মৰিয়নিত । ব্যৱসায়ী প্ৰতিষ্ঠানত চলিল প্ৰশাসনৰ বুলড’জাৰ । আজি মৰিয়নিত আৰক্ষী প্ৰশাসনক লগত লৈ ৰেল বিভাগৰ উচ্ছেদ অভিযান। ৰে’ল বিভাগৰ ভূমিত থকা ব্যৱসায প্ৰতিষ্ঠানত চলিল প্ৰশাসনৰ বুলড’জাৰ। ৰে’ল বিভাগৰ উত্তৰ-পূব সীমান্তৰ তিনিচুকীয়া সংমণ্ডলৰ নিৰ্দেশত এই উচ্ছেদ অভিযান । দীৰ্ঘ দিন ধৰি ব্যৱসায় চলাই থকা প্ৰতিষ্ঠানতো চলিল উচ্ছেদ ।
Read More News
T & CPrivacy PolicyContact Us