Download Now Banner

This browser does not support the video element.

বালিজানা: ভালুকডুবিত জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জাবেদ আলীৰ নিৰ্বাচনী সংবাদ মেল

Balijana, Goalpara | Sep 25, 2025
ভালুকডুবিত জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জাবেদ আলীৰ নিৰ্বাচনী সংবাদ মেল। সংবাদ মেলৰ প্ৰথমতে প্ৰয়াত শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছত তেওঁ কয় যে মোৰ পত্নী ডেমজীয়া মাৰাকে বিগত সময়ছোৱাত গোৱালপাৰা জিলা পৰিষদৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আগন্তুক বিধানসভা নিৰ্বাচনত ডেমজীয়া মাৰাকে গোৱালপাৰা পূৱ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনী প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হব বিচাৰিছে। ইতিমধ্যে সমষ্টিটোত সভা সমিতি পাতি ৰাইজৰ আশীৰ্বাদ লৈছে।
Read More News
T & CPrivacy PolicyContact Us