আজি চিৰাং জিলাৰ আমটেকাত বিপিএফ দলৰ এক যোগদান সভা অনুষ্ঠিত হয় , আজিৰ এই যোগদান সভাত ১৮ গৰাকী লোকে বিপিএফ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিপিএফ দলত যোগদান কৰে, আজিৰ এই যোগদান সভাত নিসিমা পৰিষদীয় সমষ্টিৰ পাৰিষদ জেমছ বসুমতাৰী সহ দলীয় বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকে।