This browser does not support the video element.
গোলাঘাট: জুবিন গাৰ্গৰ মৃত্যুৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মেৰাপানীত স্থগিত প্ৰতিবাদ,মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদকৰ
Golaghat, Golaghat | Sep 26, 2025
অসম সন্তান জুবিন গাৰ্গৰ মৃত্যুৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মেৰাপানীৰ চিদফাৰ্মৰ সাময়িকভাৱে স্থগিত মেৰাপানীৰ কৃষকৰ প্ৰতিবাদ। দুৰ্গাপূজাৰ পাছত সংগঠিত ৰূপত হ'ব বৃহত প্ৰতিবাদ। নগাই অদ্যপি চিডফাৰ্মৰ পৰা উভোটাই নিয়া নাই পাম অইলৰ পুলি বুলি মন্তব্য কৰি অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবাদ স্থগিত ৰখা হৈছে বুলি শুক্ৰবাৰে বিয়লি প্ৰায় ৫ বজাত মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুত শইকীয়াৰ।