This browser does not support the video element.
বোকাখাত: শ্ৰমিকৰ সমস্যাৰ বুজ লবলৈ সময় নথকা চৰকাৰক এইবাৰ বোকাখাটত ভোট বৰ্জনৰ হুংকাৰ আদিবাসী ছাত্ৰ সন্থাৰ
Bokakhat, Golaghat | Sep 6, 2025
চাহ শ্ৰমিকৰ সমস্যাৰ বুজ লবলৈ সময় নথকা চৰকাৰক এইবাৰ বোকাখাটত ভোট বৰ্জনৰ হুংকাৰ আদিবাসী ছাত্ৰ সন্থাৰ l আমি ইমান বিপদত পৰিচো। ধুমুহাত ঘৰ ভাঙি সকলো শেষ হল l মানুহ মৰিছে l সংবাদ মাধ্যমে সংবাদ প্ৰচাৰ কৰিছে l কিন্তু তথাপিও এবাৰ স্থানীয় বিধায়ক বা জিলা প্ৰশাসনে খবৰ লবলৈ সময় নহল বুলি শনিবাৰে দিনৰ প্ৰায় ১ বজাত চৰকাৰক তীব্ৰ সমালোচনা আদিবাসী ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সম্পাদকৰ লগতে স্থানীয় ৰাইজৰ l লগতে আগন্তক দিনত ভোট বৰ্জনৰ হুংকাৰ লোক সকলৰ।