Download Now Banner

This browser does not support the video element.

গোলাঘাট: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ত্ৰিমূৰ্তি ক্ষেত্ৰত বীৰ লাচিত সেনা গোলাঘাট জিলা সমিতিৰ প্ৰতিবাদ

Golaghat, Golaghat | Sep 9, 2025
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত গোলাঘাটৰ ত্ৰিমূৰ্তি ক্ষেত্ৰত বীৰ লাচিত সেনা গোলাঘাট জিলা সমিতিৰ প্ৰতিবাদ l মঙ্গলবাৰে দিনৰ প্ৰায় ১২ বজাত বীৰ লাচিত সেনা গোলাঘাট জিলা সমিতিৰ অবস্থান ধৰ্মঘট কাৰ্য্যসূচী গোলাঘাট ত্ৰিমূৰ্তি ক্ষেত্ৰত প্ৰতিবাদ l বীৰ লাচিত সেনা কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে গোলাঘাট জিলা বীৰ লাচিত সেনাই গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত নাগৰিকত্ব সংশোধিত আইন ২০১৯ সম্পূৰ্ণ ৰূপে বাতিল আৰু অবাধ ড্ৰাগছ প্ৰচলনৰ বিৰুদ্ধে অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
Read More News
T & CPrivacy PolicyContact Us