This browser does not support the video element.
গুৱাহাটী: CM ভিজিলেঞ্চৰ নামত ধন দাবী কৰিবলৈ আহি দিছপুৰ আৰক্ষীৰ জালত ৰাতুল ডেকা নামৰ এটা প্ৰবঞ্চক
Guwahati, Kamrup Metropolitan | Sep 5, 2025
CM ভিজিলেঞ্চৰ নামত ধন দাবী কৰিবলৈ আহি দিছপুৰ আৰক্ষীৰ জালত ৰাতুল ডেকা নামৰ এটা প্ৰবঞ্চক । ব্যৱসায়ীৰ পৰা সামগ্ৰী ক্ৰয় কৰি উভতাই ব্লেক মেইলিং ব্যৱসায়ীক।প্ৰায় ৭ গৰাকী ব্যৱসায়ীৰ পৰা কুশল গোস্বামী নামৰ এজন প্ৰৱঞ্চকে লৈছিল CCTV, কম্পিউটাৰকে ধৰি গৃহসজ্জাৰ বিভিন্ন সামগ্ৰী । ব্যৱসায়ীয়ে পাব লগা ধন বিচাৰিলেই ফোন যোগে মুখ্যমন্ত্ৰী তদাৰকী কোষত গোচৰ তৰাৰ ভাবুকি দিছিল ধৃত গোস্বামীয়ে।