Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গোলোকগঞ্জ সমষ্টিৰ হৰিৰহাটৰ পুৰ্নি গাঁৱত গংগাধৰ নদীৰ ভয়ংকৰ ৰূপ, মুষলধাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে নদীৰ প্ৰৱল খহনীয়া

Dhubri Part, Dhubri | Oct 5, 2025
গোলোকগঞ্জ সমষ্টিৰ হৰিৰহাটৰ গংগাধৰ নদীৰ ভয়ংকৰ ৰূপ, দেওবাৰে বিয়লি প্ৰায় চাৰি মান বজাত অহা মুষলধাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে নদীৰ প্ৰৱল খহনীয়া। খহনীয়াৰ বাবে আতংকিত হৈ পৰিছে নৈ পৰীয়া ৰাইজ। বিশেষকৈ হৰিৰহাট সমীপৰ বঢ়োচৰাইখোলা পুৰ্নি গাঁৱত গংগাধৰ নদীয়ে চলাইছে তাণ্ডৱ লীলা । গাঁও খনত খেতি পথাৰ নদীৰ প্ৰবল গৰাখহনীয়া বাবে চিন্তিত হৈ পৰিছে কৃষক ৰাইজ।
Read More News
T & CPrivacy PolicyContact Us