Download Now Banner

This browser does not support the video element.

গোলাঘাট: পাচ আলিত নামঘৰত চুৰি কাণ্ড,চোৰে লুটি নিলে নগদ ধন সহ এক লক্ষাধিক টকাৰ সামগ্ৰী

Golaghat, Golaghat | Aug 23, 2025
গোলাঘাট পাচ আলিত নামঘৰত চুৰি কাণ্ড,চোৰে লুটি নিলে নগদ ধন সহ এক লক্ষাধিক টকাৰ সামগ্ৰী l গোলাঘাট নগৰৰ মাজ মজিয়াত চুৰি কাণ্ড l ঘটনা সন্দৰ্ভত শনিবাৰে পুৱা প্ৰায় ৯ বজাত গোলাঘাট আৰক্ষী থানাত এজাহাৰ দাখিল ৰাইজৰ।পুৱা নাম ঘৰীয়াই চাকি জলাবলৈ আহি তলা ভাঙি লণ্ড ভণ্ড হৈ থকা দেখে সামগ্ৰী সমূহ l নগত প্ৰায় ত্ৰিশ সহস্ৰাধিক ধনৰ লগতে সোণৰ ফুল,কাহৰ তাল,কাহৰ সামগ্ৰী চুৰি কৰি নিয়ে চোৰে l ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে l
Read More News
T & CPrivacy PolicyContact Us