Download Now Banner

This browser does not support the video element.

চাবুৱা: টাটা গেটৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, তীব্ৰ বেগী বাহনৰ পৰা ওলাই পথৰ ওপৰত পৰাত থিতাতে নিহত এজন শ্ৰমিক

Chabua, Dibrugarh | Aug 27, 2025
চাবুৱাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।দুৰ্ঘটনাত থিতাতে নিহত হৈছে এজন শ্ৰমিকৰ। চাবুৱাৰ TATA GATE ৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী এখন TATA AC  বাহনৰ পৰা ওলাই পথত পৰে শ্ৰমিক জন।  থিতাতে নিহত হোৱা শ্ৰমিক জনৰ নাম প্ৰেম কন্দা বুলি জানিবলৈ দিয়ে। আজি বুধবাৰে বিয়লি ৩:৩০ বজাত সংঘটিত হৈছে এই দুৰ্ঘটনাতো।
Read More News
T & CPrivacy PolicyContact Us