This browser does not support the video element.
পশ্চিম যোৰহাট: ১৯৭৮ চনত স্থাপিত লাচিত বজাৰত ব্যৱসায়ী সকলে ৰাইজৰ মংগলৰ বাবে আয়োজন কৰে নাম প্ৰসংগ
Jorhat West, Jorhat | Aug 27, 2025
১৯৭৮ চনত স্থাপিত লাচিত বজাৰত ব্যৱসায়ী সকলে ৰাইজৰ মংগলৰ বাবে আয়োজন কৰে নাম প্ৰসংগ। যোৰহাটৰ এখন ইতিহাস প্ৰসিদ্ধ বজাৰ লাচিত বজাৰ। পূৰ্বৰ পৰম্পৰা অক্ষুন্ন ৰাখি লাচিত বজাৰত আয়োজন কৰা হৈছে নাম প্ৰসংগ ।জাতি- ধৰ্ম- বৰ্ণ নিৰ্বিশেষে । এই নাম প্ৰসংগত প্ৰতিগৰাকী ব্যৱসায়ীয়ে কৰে অংশগ্ৰহণ ।ৰাইজৰ মংগলৰ উদ্দেশ্যে প্ৰত্যেক বছৰে এনেদৰে নাম প্ৰসংগৰ আয়োজন কৰিছে ।