Download Now Banner

This browser does not support the video element.

মাৰ্ঘেৰিটা: নাহৰচাপৰি নামঘৰ,নাহৰচাপৰি হাইস্কুলৰ সমীপৰ ৰাজহুৱা নামঘৰ আদি কৰি কেইবাটাও নামঘৰত সেৱা লয় বিধায়ক সুৰেন ফুকনে

Margherita, Tinsukia | Sep 3, 2025
ভাদ মাহৰ এই পবিত্ৰ ক্ষণত বুধবাৰে বিয়লি প্রায় ৪ বজা পর্যন্ত সমষ্টিৰ  নাহৰচাপৰি নামঘৰ,নাহৰচাপৰি হাইস্কুলৰ সমীপৰ ৰাজহুৱা নামঘৰ,বৰহাপজান মিলন নামঘৰ,বৰহাপজান নাহৰণি নামঘৰত উপস্থিত হৈ  খোল তালৰ অমিয়া শব্দ,ভকত সকলৰ ঘোষা,কীৰ্তন আৰু আই সকলৰ নামেৰে মুখৰিত কেওভাগ নামঘৰতে সকলোৰে পদধুলা লয় ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনে ।লগতে       মুখ্যমন্ত্ৰী গৰাকীয়ে ভাদ মাহৰ পবিত্ৰ ক্ষণত নামঘৰ সমূহলৈ ভক্তিভাৱেৰে প্ৰেৰণ কৰা গুৱা-পাণ আৰু অৰিহণা আগবঢ়াই সেৱা লয় ফুকনে
Read More News
T & CPrivacy PolicyContact Us