This browser does not support the video element.
মাৰ্ঘেৰিটা: ব্ৰহ্মাজানত অৰুণাচলৰ ইটা ভাটাত কাম কৰিবলৈ যোৱা প্ৰায় ৫০ গৰাকী মিঞা লোকক আবদ্ধ দল সংগঠনৰ
Margherita, Tinsukia | Sep 9, 2025
ৰাজ্যত মিঞা বিতৰ্কৰ মাজতেই মঙ্গলবাৰে বৰডুমচাত AS 01 FC 6427 নাইট চুপাৰ গাড়ীয়ে প্ৰৱেশ কৰাৰ সময়তেই উভতাই পঠাই মিঞা সকলক । দুপৰীয়া প্ৰায় ১২ বজাত দল সংগঠনে ব্ৰহ্মাজানত থকা বুঢ়ীদিহিং সংৰক্ষিত বনাঞ্চলত আবদ্ধ কৰি ৰাখে প্ৰায় ৫০ গৰাকী মিঞা লোকক ।অৰুণাচল প্ৰদেশত ইটা ভাটাত কাম কৰিবলৈ কোনো লোকে অনা বুলি জানিব দিছে এই সকল লোকে নাজানে কত যাব, কোন মালিক তেওলোকৰ ঠিকনা