This browser does not support the video element.
হোজাই: ঐতিহ্যমণ্ডিত ডাঙৰীয়াবাৰী মন্দিৰৰ পৰা নিশা চোৰে লুটিনিয়ে সোণ-ৰূপৰ গহনা, পূজাৰীৰ মন্তব্য
Hojai, Hojai | Sep 2, 2025
হোজাইত দিনক দিনে বৃদ্ধি পাইছে চুৰি কাণ্ডৰ ঘটনা।চুৰৰ পৰা ৰক্ষা নপৰিল এইবাৰ মন্দিৰ তথা উপাসনাস্থলী।মন্দিৰ পৰা নিশা চুৰে লৈ গল প্ৰায় ২০ হাজাৰ টকাৰ সোন ৰূপৰ গহনা।ঘটনা সন্ধৰ্ভত মঙ্গলবাৰে পুৱা প্ৰায় ৮.৩০বজাত মন্দিৰৰ পূজাৰীৰ মন্তব্য প্ৰকাশ।এই ঘটনা সংঘটিত হৈছে হোজাইৰ ঐতিহ্যমণ্ডিত ডাঙৰীয়াবাৰী মন্দিৰত।পূৰ্বেও বহু বাৰ এনে ধৰণৰ চুৰি কাণ্ড সংঘটিত হৈছিল যদিও আজিলৈকে চুৰক কৰায়ত্ত কৰিব নোৱাৰিলে হোজাই আৰক্ষীয়ে।