This browser does not support the video element.
ডুমডুমা: দিৰাকত সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ অধিৱেশনত ৰাইজৰ সৈতে মতবিনিময় জিলা আয়ুক্ত স্বপ্নিল পালৰ
Doom Dooma, Tinsukia | Sep 13, 2025
শনিবাৰে বিয়লি প্ৰায় ৩ বজাত তিনিচুকীয়া জিলাৰ জিলা আয়ুক্ত স্বপ্নিল পালে দিৰাকত অনুষ্ঠিত কৰা সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ, তিনিচুকীয়া জিলা সমিতিৰ আতিথ্যত আয়োজন কৰা কেন্দ্ৰীয় সপ্তম অধিবেশনত উপস্থিত হৈ ৰাইজৰ সৈতে মতবিনিময় কৰে।জিলা আয়ুক্ত গৰাকীয়ে অধিৱেশনখনৰ সফলতা কামনা কৰাৰ লগতে অধিৱেশন খনৰ সৈতে জড়িত সকলো বিষয়ববিয়া আৰু আয়োজকসকলক শুভেচ্ছা জ্ঞাপন কৰে।