Download Now Banner

This browser does not support the video element.

নগাঁও: ধিঙত গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰে সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়, শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ তম্ আৰ্বিভাৱ মহোৎসৱ উপলক্ষে

Nagaon, Nagaon | Oct 4, 2025
ধিঙত শনিবাৰে দিনৰ প্ৰায় ১২ মান বজাত গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰে সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয় । শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ তম্ আৰ্বিভাৱ মহোৎসৱ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ ধিং আঞ্চলিক শাখাৰ উদ্যোগত মহপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৭ তম্ আৰ্বিভাৱ মহোৎসৱ অনুষ্ঠিত হয় । ২ অক্টোবৰ পৰা ৫ অক্টোৱৰলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কাৰ্যসূচী অনুসৰি শনিবাৰে পুৱা ধৰ্মধ্বজা উত্তোলন কৰে ধিং আঞ্চলিক শাখাৰ সভাপতি অমল বৰাই ।লগতে শোভাযাত্ৰাৰ উদ্বোধন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ
Read More News
T & CPrivacy PolicyContact Us