Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গাছপাৰা অঞ্চলত এটা পথে জ্বলা কলা খুৱাইছে এখন গাঁওৰ ৰাইজক,শীঘ্ৰেই পথ নিৰ্মাণৰ দাবী

Dhubri Part, Dhubri | Sep 4, 2025
বিগত প্ৰায় ২০ বছৰে জৰাজীৰ্ণ অৱস্থাত পথচোৱা খবৰ নাই জন গাছপাৰা গাওঁ পঞ্চায়তৰ প্ৰতিনিধিৰ। ধুবুৰী গাছপৰা অঞ্চলত এই পথচোৱাৰে প্ৰত্যেক দিনে যাতায়ত কৰে এখন গাঁওৰ ৰাইজ। এদিন এজাক বৰষুণ হলে সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে যাতায়ত এ হাটু পানীৰে খোজ কাঢ়ি পাৰহৈ যাব লাগে।
Read More News
T & CPrivacy PolicyContact Us