This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: মানিকপুৰত নিসিমা সমষ্টিৰ ইউপিপিএল প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰীক আদৰনী ভবানীপুৰ প্ৰাইমাৰী ইউপিপিএলৰ
India | Sep 6, 2025
নিসিমা পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰীক দলীয় কৰ্মীৰ আদৰনী,আজিৰ এই আদৰনী সভাতেই শতাধিক লোকে ইউপিপিএল দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে ইউপিপিএল দলত যোগদান কৰে,যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই প্ৰতিটো ৰাজনৈতিক দলৰ আৰম্ভ হৈছে নিৰ্বাচনী ততপৰতা ,আজিৰ এই সভাত ৰঞ্জিত বসুমতাৰীৰ সৈতে ভবানীপুৰ প্ৰাইমাৰী ইউপিপিএলৰ বিভিন্ন বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকে।