Download Now Banner

This browser does not support the video element.

মাটিয়া: কৃষ্ণাইৰ খৰিধৰাত বিভিন্ন দল-সংগঠন তথা স্থানীয় ৰাইজে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

Matia, Goalpara | Sep 22, 2025
কৃষ্ণাইৰ খৰিধৰাত বিভিন্ন দল-সংগঠন তথা স্থানীয় ৰাইজে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ সুৰ সম্ৰাট জুবিন গাৰ্গৰ মৃত্যুত ৰাজ্যজুৰি শোক স্তব্ধ হৈ পৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাতো বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনৰ উদ্যোগত মহান শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। কৃষ্ণাইৰ খৰিধৰাত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিল্পী গৰাকীক শেষ বিদায দিয়ে।
Read More News
T & CPrivacy PolicyContact Us