আজি চিৰাং জিলাৰ থুৰীবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মনেশ্বৰী গাঁৱত মা কালি মন্দিৰ নিৰ্মাণৰ ভূমি পূজন কৰে থুৰিবাৰী সমষ্টিৰ পাৰিষদ তথা বিটিআৰৰ উপাধ্যক্ষ অভিৰাম মহানায়কে,আজিৰ এই আধাৰশিলা স্থাপন কাৰ্যসূচীত পাৰিষদ গৰাকীৰ সৈতে দলীয় বিষয় ববিয়া সহ মন্দিৰ পৰিচালনা সমিতিৰ বিষয় ববিয়া সহ স্থানীয় ৰাইজ উপস্থিত থাকে।