আজি চিৰাং জিলাৰ বাংগালডুবাত ইউপিপিএল দলৰ এক কৰ্মী সভা অনুষ্ঠিত হয় ,আজিৰ এই সভাত ৰাইজৰ উন্নয়নৰ লগতে বিভিন্ন কাম কাজ লৈ আলোচনা কৰা হয় ,আজিৰ এই সভাত ৰাজ্যসভাৰ সাংসদ ৰনগৌৰা নাৰ্জাৰি,চিদলীৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম,টিচিএলচিচিৰ সভাপতি সুজিত বসুমতাৰী সহ দলীয় বিষয় ববিয়া সহ কাৰ্য কৰ্তা সকল উপস্থিত থাকে।