Download Now Banner

This browser does not support the video element.

মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাত বিদ্যুৎপৃষ্ঠ হৈ এজন কিশোৰৰ মৃত্যু, এজন চিকিৎসাধীন

Margherita, Tinsukia | Sep 6, 2025
মাৰ্ঘেৰিটাত বিদ্যুৎপৃষ্ঠ হৈ এজন কিশোৰৰ মৃত্যু, এজন চিকিৎসাধীন। মৃত কিশোৰটি বৰগোলাই তেলখাটবস্তি নিৱাসী ফিৰোজ খানৰ পুত্ৰ জাবিত খান বুলি জানিবলৈ পৰা গৈছে । শনিবাৰে পুৱা প্ৰায় ৯ মান বজাত ঘটনা স্থলীত মাৰ্ঘেৰিটা আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে । জানিবলৈ পৰা মতে কিশোৰটিৰ মৃতদেহ উদ্ধাৰ হোৱা ঠাইৰ ওপৰেদি ১১ হাজাৰ বিদ্যুত পৰিবাহী তাঁৰ পাৰ হৈ গৈছে।
Read More News
T & CPrivacy PolicyContact Us