This browser does not support the video element.
নগাঁও: কলিয়াবৰত প্ৰাপ্য মজুৰী বিচাৰি শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ,মালিক পক্ষই চাহ শ্ৰমিকক দৰমহা নিদিয়াক লৈ এই প্ৰতিবাদী কাৰ্যসূচী
Nagaon, Nagaon | Sep 7, 2025
হাতী, গঁড়,বাঘ ওলালেও আমি কাম কৰোঁ তথাপি আমাক দৰমহা নিদিয়ে,কলিয়াবৰত প্ৰাপ্য মজুৰী বিচাৰি শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ।দেওবাৰে কলিয়াবৰত চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ । মালিক পক্ষৰ শোষণৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰি সাব্যস্ত কৰে প্ৰতিবাদ।কলিয়াবৰ চাহ বাগিচাৰ শ্ৰমিক সকলে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।কাম কৰিলেও দৰমহা নিদিয়ে মালিকে।অৱশেষত মালিকৰ বিৰুদ্ধে গৰজী উঠি এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে চাহ শ্ৰমিক সকলে ।