Download Now Banner

This browser does not support the video element.

সৰুপথাৰ: ‘‘ইয়াৰ পৰা খেদাইছে ভাল পাইছো, এই মাটিখিনি আমাৰ মানচিত্ৰৰ অধীনত, ইয়াত গছ ৰুবও নোৱাৰে কাটিবও নোৱাৰে; উৰিয়ামঘাটত নগাৰ মন্তব্য

Sarupathar, Golaghat | Aug 26, 2025
‘‘ইয়াৰ পৰা খেদাইছে ভাল পাইছো, এই মাটিখিনি আমাৰ মানচিত্ৰৰ অধীনত। ইয়াত গছ ৰুবও নোৱাৰে কাটিবও নোৱাৰে, এইখিনি আমাৰ মাটি। উৰিয়ামঘাটত ৰেংমা বনাঞ্চলত উচ্ছেদ স্থলীত নগাৰ মন্তব্য l মঙ্গলবাৰে পুৱাৰে পৰা পুনৰ চলিল উৰিয়ামঘাট ৰেংমা বনাঞ্চলত সন্দেহ জনক লোকৰ ঘৰত উচ্ছেদ l উচ্ছেদ স্থানত উপস্থিত হৈ মঙ্গলবাৰে বিয়লি প্ৰায় ৪ বজাত নগাৰ মন্তব্য l সব ঘৰ ভাঙি দে, এটাও নাৰাখিবি’’ কিন্তু এই মাতি আমাৰ,ইয়াত এটা গছ পুলি ৰুবও দিয়া নহব,কাটিবও দিয়া নহব l
Read More News
T & CPrivacy PolicyContact Us