Install App
rosebhuyan
This browser does not support the video element.
নগাঁও: এন আৰ চিৰ নথি উদ্ধাৰক লৈ নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সংবাদ মেল
Nagaon, Nagaon | Aug 24, 2025
এন আৰ চিৰ নথি উদ্ধাৰক লৈ নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ মন্তব্য। বটদ্ৰৱা সতীৰাধিকা স্কুকৰ সন্মুখৰ চিকিৎসালয় গৃহত সংৰক্ষণ কৰি ৰখা হৈছিল নথিসমূহ। উদ্ধাৰ হোৱা নথিসমূহ ডিজিটেলাইজ কৰাৰ পাছত সংৰক্ষণ কৰা হৈছিল চিকিৎসালয় গৃহত। এই নথিক লৈ কাৰো নাম অন্তৰ্ভুক্ত অথৱা কৰ্তনৰ কোনো সভাবনা নাই।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!