This browser does not support the video element.
নগাঁও: গৌৰৱ গগৈৰ জন্মদিন পালনৰ বিতৰ্কৰ নতুন মোৰ,জুৰীয়াত ব্লক কংগ্রেছৰ সভাপতি ৰফিকুল ইছলামে সংবাদমেল
Nagaon, Nagaon | Sep 6, 2025
গৌৰৱ গগৈৰ জন্মদিন পালনৰ বিতৰ্কৰ নতুন মোৰ, শনিবাৰে পুৱা প্ৰায় ১১ মান বজাত জুৰীয়া ব্লক কংগ্রেছৰ সভাপতি ৰফিকুল ইছলামে সংবাদ মেল পাতি এই কথা সদৰি কৰে।গৌৰৱ গগৈৰ জন্মদিন পালনৰ বিতৰ্কৰ নতুন মূৰ। একেখন মাদ্ৰাছাতে চলিত বৰ্ষৰ ২ ফেব্রুয়াৰিত পালন কৰা হৈছিল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। এই অভিযোগ জুৰীয়া ব্লক কংগ্রেছৰ। জুৰীয়া ব্লক কংগ্রেছৰ সভাপতি ৰফিকুল ইছলামে সংবাদ মেল পাতি এই কথা সদৰি কৰে। গৌৰৱ গগৈৰ জন্মদিন উপলক্ষে পৰমাইভেটিৰ এখন ছোৱালী মাদ্ৰাছা'ৰ ছাত্ৰীসকলৰ