This browser does not support the video element.
ডুমডুমা: ডুমডুমাত আৰক্ষীৰ অভিযানত যুৱতীসহ ৭ জনীয়া চোৰৰ গেং কৰায়ক্ত
Doom Dooma, Tinsukia | Aug 26, 2025
ডুমডুমাত আৰক্ষীৰ অভিযানত যুৱতীসহ চোৰৰ গেং কৰায়ক্ত । বৃহত্তৰ ডুমডুমা-ৰূপাই অঞ্চলত দীৰ্ঘদিনৰ পৰা চুৰিকাণ্ডৰে আতংকৰ সৃষ্টি কৰি অহা চোৰৰ বৃহত গেং এটাক মঙ্গলবাৰে পুৱা প্ৰায় ৮ মান বজাত আৰক্ষীয়ে কৰায়ত্ত কৰে । এগৰাকী যুৱতীসহ আৰক্ষীৰ জালত পৰিছে ৭ জনকৈ লোক । ৰ'নী বৰুৱা, ৰাহুল বৰুৱা, সত্যজিত মৰাণ, বিশ্বজিত মৰাণ, বিজু ধাৰা, সুৰজিত সন্দিকৈৰ লগতে আৰক্ষীয়ে এগৰাকী যুৱতীক কৰায়ক্ত কৰিছে ।