Download Now Banner

This browser does not support the video element.

বইটামাৰী: বইটামাৰীত অসম পেট্ৰ'কেমিকেললচৰ অধ্যক্ষ বিকুল ডেকাৰ সংবাদ মেল, এপিএল প্ৰকল্পত আজিৰে পৰা উৎপাদন হ'ব ফৰ্মেলিন

Boitamari, Bongaigaon | Sep 1, 2025
অসমৰ বাবে এটা ভাল খবৰ । বঙাইগাঁও জিলাৰ  এপিএল প্ৰকল্পত আজিৰে পৰা উৎপাদন হব ফৰ্মেলিন। এই সন্দৰ্ভত সোমবাৰে বইটামাৰীত অসম পেট্ৰ'কেমিকেললচৰ অধ্যক্ষ বিকুল ডেকাৰ সংবাদ মেল সম্বোধন কৰি জনায় যে আজিৰে পৰা বঙাইগাঁও এপিএল প্ৰকল্পত আজিৰে পৰা উৎপাদন হ'ব ফৰ্মেলিন । অসম পেট্ৰ'কেমিকেললচৰ অধ্যক্ষ বিকুল ডেকাই কয় যে বঙাইগাঁৱত প্ৰস্তুত হোৱা ফৰ্মেলিন বহি: ৰাষ্ট্ৰলৈ ৰপ্তানি হব, যাৰ ফলত প্ৰত্যক্ষ আৰু পৰোক্ষভাবে থলুৱা যুৱক যুৱতী লাভাম্বিত হব।
Read More News
T & CPrivacy PolicyContact Us