Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: আৰক্ষী প্ৰশাসনৰ বিষয়াৰ সৈতে যোৰহাটত মন্ত্ৰী বিমল বৰা উপস্থিত হৈ জুবিন গাৰ্গৰ ১৩ দিনীয়া মাংগলিক কায্যসূচীৰ নিৰিক্ষণ কৰে

Jorhat West, Jorhat | Sep 30, 2025
আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ সৈতে যোৰহাটত মন্ত্ৰী বিমল বৰা উপস্থিত হৈ জুবিন গাৰ্গৰ ১৩ দিনীয়া মাংগলিক কায্যসূচীৰ সকলো দিশ নিৰীক্ষণ কৰে।যোৰহাটবাসীয়ে আয়োজন কৰা জুবিন গাৰ্গৰ ১৩ দিনীয়া মাংগলিক কাৰ্য্যসূচী আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ মাত্ৰ কেইঘণ্টামান বাকী৷ আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ সৈতে সকলো দিশ নিৰীক্ষণ কৰাৰ লগতে বুধবাৰে অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানৰ সফল ৰূপায়নৰ ক্ষেত্ৰত সকলো দিশ পৰ্যবেক্ষণ কৰে মন্ত্ৰী বিমল বৰাই ।
Read More News
T & CPrivacy PolicyContact Us