Install App
rosebhuyan
This browser does not support the video element.
নগাঁও: ক্লক টাৱাৰ সমীপত প্ৰজেক্টৰৰ সহায়ত অনুৰাগীয়ে প্ৰত্যক্ষ কৰিলে জুবিন গাৰ্গৰ শেষ বিদায়
Nagaon, Nagaon | Sep 23, 2025
নগাঁৱত প্ৰজেক্টৰৰ সহায়ত অনুৰাগীয়ে প্ৰত্যক্ষ কৰিলে জুবিন গাৰ্গৰ শেষ বিদায়। জুবিনৰ শেষ বিদায় প্ৰত্যক্ষ কৰি চকুপানী টুকিছে সকলোৱে। সেমেকা চকুৰে শেষ বিদায়ৰ দৃশ্য চালে আৰক্ষীয়েও। নগাঁও চহৰৰ ক্লক টাৱাৰতো হৃদয় বিদাৰক দৃশ্য।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!