This browser does not support the video element.
টিয়ক: স্নিফাৰ ডগৰ সহায়েৰে জিলাৰ বিভিন্ন স্থানৰ পৰিত্যক্ত স্থান পৰীক্ষা কৰে যোৰহাট আৰক্ষীয়ে
Teok, Jorhat | Jul 12, 2025
স্নিফাৰ ডগৰ সহায়েৰে জিলাৰ বিভিন্ন স্থানৰ পৰিত্যক্ত স্থান পৰীক্ষা কৰে যোৰহাট আৰক্ষীয়ে । আগন্তুক ১৫ আগষ্ট স্বাধীনতা দিৱসলৈ সাজু ৰাজ্যবাসী। সাজু হৈছে যোৰহাট জিলা । ২০২৪ বৰ্ষৰ স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ কেইবা স্থানত গ্ৰেনেড থৈছিল নিষিদ্ধ সংগঠনে । পৰিত্যক্ত স্থান সমূহত উদ্ধাৰ হৈছিল গ্ৰেনেড । এইবাৰ যাতে সুকলমে স্বাধীনতা দিৱস উদযাপন কৰিব পাৰে তাৰ বাবে সষ্টম ।