This browser does not support the video element.
কোকৰাঝাৰ ভাগ: কচুগাঁৱত ৮টাকৈ পকী পথৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে
Kokrajhar Part, Kokrajhar | Aug 11, 2025
সোমবাৰ দিনা বিয়লি ৪.৩০ বজাত কোকৰাঝাৰ জিলাৰ বিটিচিৰ কচুগাঁও পৰিষদিয় সমিষ্টি অন্তৰ্গত তুলসীবিল,টেংনাভিটা,কচুৱা,আহমেদপুৰ,মোকৰামবিলত মুঠ ৮টা কৈ পকি পথৰ কামৰ আধাৰশিলা স্থাপন কৰে বিধায়ক তথা বিটিচিৰ নিৰ্বাচনত কচু গাঁৱৰ পৰা বিপিএফৰ মনোনীত প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীয়ে উক্ত অনুষ্ঠানত বিপিএফৰ দলীয় নেতা কৰ্মী আৰু স্থানীয় বিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল