Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: মঙলদৈত উপস্থিত হয় প্ৰধানমন্ত্ৰীৰ জন সভা স্হান পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Mangaldoi Part, Darrang | Sep 9, 2025
অহা ১৪ ছেপ্টেম্বত মঙলদৈ লৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দৰং জিলাৰ সদৰ মঙ্গলদৈত উপস্থিত হৈ তেখেতে এখন বিশাল জনসভাত সম্বোধন কৰাৰ উপৰিও প্ৰস্তাৱিত দৰং মেডিকেল কলেজ, কুৰুৱা-নাৰেংগী সংযোগী দলং আৰু গুৱাহাটীৰ ৰিং ৰোডৰ লগতে কেইবাটাও অভিলাষী আঁ‌চনিৰ আধাৰশিলা স্থাপন কৰিব। উক্ত স্থান পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে ৷
Read More News
T & CPrivacy PolicyContact Us