This browser does not support the video element.
কোকৰাঝাৰ ভাগ: 'বিপিএফে মোক দলীয় টিকট দিয়াৰ নামত ঠগিছে', চিথিলাত জিএছপি নেতা সুকুমাৰ দেৱনাথৰ মন্তব্য
Kokrajhar Part, Kokrajhar | Sep 4, 2025
বৃহস্পতিবাৰ দিনা সন্ধিয়া ৫ বজাত কোকৰাঝাৰ জিলাৰ ৭ নং ফকিৰাগ্ৰাম পৰিষদিয় সমিষ্টি অন্তৰ্গত চিথিলাত অসম গণ সুৰক্ষা পাৰ্টিৰ নেতা তথা জিএছপীৰ মনোনীত প্ৰাৰ্থী সুকুমাৰ দেৱনাথ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিপিএফ মোক দলীয় টিকেট দিয়াৰ নামত ঠগিছে মোক নিৰ্বাচনত টিকেট দিয়া নাই, লগতে তেওঁ কয় যে ইনডাইৰেক্ট অৰূপ কুমাৰ দে মোক ভয়ভাবুকী দেখাই আছে, তথাপিও মই ১০ হাজাৰ ভোটৰ ব্যৱধানত জিএছপীৰ হৈ জয়ী হ'ম