Download Now Banner

This browser does not support the video element.

মৰিয়নি: অগ্নিদগ্ধ হৈ মৃত্যু হোৱা দুগৰাকী শ্ৰমিকৰ ন্যায় বিচাৰি চেলেংহাটৰ অইল মেক্স তৈল ক্ষেত্ৰত উত্তপ্ত পৰিস্থিতি

Mariani, Jorhat | Sep 27, 2025
অগ্নিদগ্ধহৈ মৃত্যু হোৱা দুগৰাকী শ্ৰমিকৰ ন্যায় বিচাৰি চেলেংহাটৰ অইল মেক্স তৈল ক্ষেত্ৰত উত্তপ্ত পৰিস্থিতি। অগ্নিদগ্ধ হৈ মৃত্যু হোৱা শ্ৰমিকৰ ন্যায় আৰু ক্ষতিপূৰণ বিচাৰি আটছা আৰু আছাৰ উত্তাল প্ৰতিবাদ।১৩ ছেপ্তেম্বৰত জগদুৱাৰ ৰাষ্ট্ৰীয় ঘাই পথত অইল মেক্স কোম্পানীৰ তেল পৰিবাহী টেংকাৰ দুৰ্ঘটনাগ্ৰস্থ হৈছিল।পথৰ কাষৰ পৰিত্যক্ত তেলত অগ্নি সংযোগ হৈ নিহত হৈছিল দুগৰাকী মহিলা।
Read More News
T & CPrivacy PolicyContact Us