Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ভকতপাৰাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যল‌য় উদ্ধোধন আৰু যোগদান সভা অনুষ্ঠিত হয়,উপস্থিত থাকে প্ৰাক্তন ইএম দিগন্ত বৰুৱা

Udalguri, Udalguri | Sep 10, 2025
বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ বাবে উঠি পৰি লাগিছে ৰাজনৈতিক দল সমুহ। সেইদৰে জিলা খনৰ মুদৈবড়ী সমষ্টিৰ ভকতপাৰাত বিজেপিৰ এটি নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যলয় উদ্ধোধন আৰু যোগদান সভা অনুষ্ঠিত হয়। কাৰ্যালয়টো আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি ৰাইজৰ সতে মত বিনিময় কৰে বিটিচিৰ প্ৰাক্তন ইএম দিগন্ত বৰুৱাই। উক্ত সভাত প্ৰায় অৰ্ধ শতাধিক লোকে দলটোত যোগদান কৰে। ইপিনে নতুন সদস্য সকলক গামোচা পিন্ধাই দললৈ আদৰণি জনালে প্ৰাক্তন ইএম গৰাকীৰ সতে দলৰ নেতৃত্বই।
Read More News
T & CPrivacy PolicyContact Us