Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: সদৌ অসম গৰিয়া -মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত গোলকগঞ্জৰ বটেৰহাট সমবায় সমিতিৰ প্ৰেক্ষাগৃহত এখন সভা অনুষ্ঠিত হয়

Dhubri Part, Dhubri | Aug 22, 2025
সভাখনত গৰিষ্ঠ সংখ্যোক গৰিয়া - মৰিয়া দেশী জনগোষ্ঠীৰ লোক উপস্থিত থাকি, বটেৰহাট গৰিয়া- মৰিয়া দেশী পৰিষদৰ আঞ্চলিক সমিতি গঠন কৰে আঞ্চলিক সমিতি খনৰ সভাপতি হিচাপে জাহাঙ্গীৰ আলম আৰু সাধাৰণ সম্পাদক হিসেবে ৰফিকুল সেখকে ধৰি ৪১ জনীয়া কমিটি এখন গঠন কৰে।
Read More News
T & CPrivacy PolicyContact Us