This browser does not support the video element.
মঙলদৈ ভাগ: খাটনীয়া পাৰাত এআইউইএফ ৰ কাৰ্যনিবাহক সভা, উপস্থিত বিধায়ক মজিবুৰ ৰহমান
Mangaldoi Part, Darrang | Aug 25, 2025
আগন্তক ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে সকলোঁ ৰাজনৈতিক দল সমূহে নিজৰ নিজৰ দলৰ ভেটি শক্তিশালি কৰিবলৈ উঠি পৰি লাগিছে। AIUDF দলেও পিছ পৰি থকা নাই। সমবাৰে দলগাও সমষ্টিৰ অন্তৰ্গত খাটনীয়াপাৰা গাঁও পঞ্চায়তত AIUDF দলৰ এখনি বৰ্ধিত কাৰ্য্য নিৰ্বাহক সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাৰ জৰিয়তে ২৬ বিধানসভা নিৰ্বাচনৰ ভাৱে AIUDF দলে অধিক শক্তিশালি ৰূপত প্ৰস্তুতি চলাইছে । সভাত দলগাও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে ।