This browser does not support the video element.
নগাঁও: ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ সফল সামৰণি নগাওঁ বিশ্ব বিদ্যালয়ত
Nagaon, Nagaon | Sep 25, 2025
নগাঁও বিশ্ববিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ফালৰপৰা তিনি জনকৈ প্ৰাৰ্থীত্ব আগবঢ়াইছিল। উক্ত নিৰ্বাচনত তিনি গৰাকী প্ৰাৰ্থীয়ে বিপুল ভোটত জয়লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে এই তিনি গৰাকী প্ৰাৰ্থীয়ে জয় লাভ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ কাৰ্যালয়ত উপস্থিত হৈ সংবাদ মাধ্যমত তেওঁ লোকৰ নিজৰ দায়িত্ব পালন কৰিব বুলি প্ৰকাশ কৰে আৰু লগত ধন্যবাদ জ্ঞাপন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংগঠনৰ সকলো বিষয়ভবি